৫। তলৰ বাক্যবােৰত থকা ভুলবােৰ শুধৰােৱা :
ক) তেখেতে ক'লে, ৰাইজসকল, আপােনালােকৰ ভাল হওক।
খ) তােমাৰ খুৰীৰ ঘৰ ক’ত?
গ) তুমি আজি সন্ধিয়া মােক লগ ধৰিবা।
ঘ) তােমাৰ বাবে ৰখিবলৈ মােৰ সময় নাই।
ঙ) নটা বজাত সি আহিছিল।
Answers
Answered by
0
Answer:
ক) তেখেতে ক'লে, ৰাইজ, আপােনালােকৰ ভাল হওক।
খ) তােমাৰ খুৰীদেৱাৰাৰ ঘৰ ক’ত?
গ) তুমি আজি সন্ধিয়া মােক লগ কৰিবা।
ঘ) তােমাৰ বাবে ৰ'বলৈ মােৰ সময় নাই।
ঙ) ন বজাত সি আহিছিল।
Explanation:
খ ,টো পাৰিলে আন কাৰোবাকো সুধি ল'বা।
উত্তৰ কেইটাই তোমাক সহায় কৰিব বুলি আশা থাকিল।
Similar questions
Hindi,
3 months ago
Math,
3 months ago
India Languages,
3 months ago
Science,
6 months ago
Geography,
6 months ago
Math,
11 months ago
Accountancy,
11 months ago