অসমীয়া গদ্যৰ বিকাশৰ স্তৰ কেইটা আৰু কি কি? প্রচীন স্তৰৰ অসমীয়া গদ্যৰ পৰিচয়মূলক টোকা প্রস্তুত কৰাঁ।
Answers
Answered by
11
Answer:
please Mark me as brainliest
Answered by
7
Step-by-step explanation:
অসমীয়া গদ্যৰ ইতিহাস অধ্যয়ন কৰিলে দেখা যায় যে, ষোড়শ শতিকাৰ আদিভাগত মহাপুৰুষ শংকৰদেৱে অংকীয়া নাট ৰচনা কৰি অসমীয়া গদ্যক সাহিত্যিক মৰ্যাদা প্ৰদান কৰে, তাৰ পাছৰে পৰা অৰ্থাৎ ষোড়শ শতিকাৰ শেষ দশকৰ পৰা অষ্টাদশ শতিকালৈকে এই সময়ছোৱাত বিভিন্ন লেখকৰ হাতত সৃষ্টি হোৱা অসমীয়া গদ্যক বিভিন্নজন অলোচকে ভিন্ন ধৰনেৰে শ্ৰেণী বিভাজন কৰিছে।
বিৰিঞ্চি কুমাৰ বৰুৱাই চাৰিটা ভাগত ভাগ কৰিছে-
- ধৰ্ম পুথিৰ গদ্য
- গদ্যবুৰঞ্জী পুথিৰ গদ্য
- ব্যৱহাৰিক পুথিৰ গদ্য
- দলিল পত্ৰৰ গদ্য
মহেশ্বৰ নেওগে দুটা ভাগত ভাগ কৰিছে-
- অদৰ্শবাদী সাহিত্য
- অদৰ্শবাদী সাহিত্য বাস্তৱবাদী সাহিত্য
অসমীয়া গদ্যৰ আলোচনাৰ সুবিধাৰ বাবে বিকাশৰ ক্ৰম অনুসৰি দুটা ভাগত ভাগ কৰা হৈছে :
- প্ৰাচীন স্তৰ : মন্ত্ৰপুথিৰ গদ্য, অংকীয়া নাটৰ গদ্য, ভট্টদেৱৰ গদ্য
- আধুনিক স্তৰ: প্ৰাক-অৰুনোদই গদ্য, অৰূনোদইৰ গদ্য, হেমচন্দ্ৰ-গুণাভিৰাম বৰুৱা অদিৰ গদ্য
Similar questions
Physics,
2 months ago
Social Sciences,
2 months ago
English,
2 months ago
Computer Science,
6 months ago
English,
11 months ago
Science,
11 months ago
Math,
11 months ago