গুৰুৱে শিক্ষার্থী অধ্যয়ন সমাপ্ত হােৱাৰ পিছত কি কি উপদেশ
দিছিল?
Answers
Answered by
1
বৈৰাগ্য, বিৰাগ - বিষয় বা ইন্দ্রিয়ভােগৰ প্রতি অনাসক্তি ।
কেলেহুৱা - লােকৰ ঘৰত চাপি পেট পুহি থকা , চপনীয়া।
চাৰি আশ্রম - ব্রহ্মচর্য , গার্হস্থ , বানপ্রস্থ আৰু সন্ন্যাস ।
পাৰত্রিক - পৰলােক সম্বন্ধীয় , পৰলৌকিক ।
শ্ৰেয়ঃ পৰম কল্যাণকৰ বস্তু , ( ইয়াৰ বিপৰীতে ‘ প্রেয়ঃ — প্রেয়ঃ মানে আপাত ৰমণীয় বস্তু )
অপ্ৰমাদী - সৰ্তক, সাৱধান ।
অন্নং ন ... ততম্ - এই বাক্যকেইটা তৈত্তিৰীয় উপনিষদৰ পৰা লােৱা । ইয়াৰ অৰ্থ হৈছে – “ অন্ন অর্থাৎ খাদ্যক নিন্দা কৰিব নালাগে । অন্ন যিমান পাৰি বঢ়াব নালাগে । এই অন্নবৃদ্ধি কাৰ্য এটা ব্ৰত।
Mark me as brainliest and follow me
Similar questions