Social Sciences, asked by mubidali78965, 6 months ago

নিবনুৱা প্ৰকাৰ দুটা কি কি​

Answers

Answered by Anonymous
0

Answer:

ইয়াৰ প্ৰকাৰ কি কি ? উত্তৰঃ সাধাৰনতে নিবনুৱা শব্দটোৱে কৰ্মহীনতাক বুজায়। যিসকল লোকে কাম কৰাৰ কোনো সুযোগ নাপায় তেওলোকক নিবনুৱা বুলি কোৱা হয়। কিন্তু অৰ্থনীতিত নিবনুৱা বুলি কলে সেইসকলক বুজাই যাৰ কাম কৰাৰ ক্ষমতা আৰু ইচ্ছা আছে কিন্তু কোনো উপযুক্ত সংস্থাপন নাপায়।

Similar questions