Economy, asked by akashjyotigogoi351, 5 months ago

ব্যৱসায়িক বেংক আৰু কেন্দ্ৰীয় বেংক মাজৰ পাৰ্থক্য সমূহ উল্লেখ কৰা​

Answers

Answered by hemantabaruah23
3

Explanation:

আৰু মাজৰ পাৰ্থক্য সমূহ হ'ল :—

1) ব্যৱসায়িক বেংকে ঋণ প্ৰদান কৰে, কিন্তু কেন্দ্ৰীয় বেংকে ঋণ প্ৰদান নকৰে।

2) ব্যৱসায়িক বেংকে কাগজী মুদ্ৰা ছপা কৰিব নোৱাৰে, কিন্তু কেন্দ্ৰীয় বেংকে কাগজী মুদ্ৰা ছপা কৰিব পাৰে।

3) ব্যৱসায়িক বেংকে আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ নকৰে, কিন্তু কেন্দ্ৰীয় বেংকে আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে।

mark this answer as Brainlist

Similar questions