Geography, asked by mondalmadhab040, 5 months ago

কোন মালভূমি খনিজসম্পদ সমৃদ্ধ?​

Answers

Answered by XxCharmingGuyxX
0

ANSWER :

\begin{gathered} \\ \\ \end{gathered}

পামিৰ মালভূমিক পৃথিৱীৰ মূধছ বুলি কোৱা হয় ।

❒ পামিৰ মালভূমি এছিয়া মহাদেশৰ দক্ষিণ-পূব আৰু মধ্য অংশত অৱস্থিত । পৃথিৱীৰ ভিতৰতে সবাতোকৈ ওখ মালভূমি হোৱা হেতুকে পামিৰ মালভূমিক পৃথিৱীৰ মূধছ বুলি কোৱা হয় । পামিৰ মালভূমিৰ ওচৰত অন্যান্য বহুতো ওখ-চাপৰ পৰ্বতশ্ৰেণী আছে ।

___________________________________________________

KNOW MORE :

\begin{gathered} \\ \\ \end{gathered}

❍ পৃথিৱীত সৰ্বমুঠ সাতখন মহাদেশ আৰু পাঁচখন মহাসাগৰ আছে ।

❍ পৃথিৱীৰ সাতখন মহাদেশ হ'ল :- এছিয়া মহাদেশ, ইউৰোপ মহাদেশ, আফ্ৰিকা মহাদেশ, উত্তৰ আমেৰিকা মহাদেশ, দক্ষিণ আমেৰিকা মহাদেশ, ওছেনিয়া মহাদেশ আৰু এণ্টাৰ্কটিকা মহাদেশ ।

❍ পৃথিৱীৰ পাঁচখন মহাসাগৰ হ'ল :- প্ৰশান্ত মহাসাগৰ, আটলাণ্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ ।

❍ এছিয়া মহাদেশ হ'ল পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ আৰু ওছেনিয়া মহাদেশ পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ ।

❍ প্ৰশান্ত মহাসাগৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ আৰু উত্তৰ মহাসাগৰ পৃথিৱীৰ আটাইতকৈ সৰু মহাসাগৰ ।

Answered by aparnasardar9735
0

Answer:

ভারতে ছোটনাগপুর মালভূমি খনিজসম্পদ সমৃদ্ধ।

Explanation:

Hope you will benefit

Similar questions