Geography, asked by pabitrasaud29, 5 months ago

১/কৃষি বুলিলে কি বুজা? কৃষিক প্রভাবান্ধিত কৰা কাৰবোৰৰ এটি
.
২/পৃথিৱীৰ সকলো ঠাইতে কৃষি একে নােহােৱাৰ কাৰণ ব্যাখ্যা কৰা ।
৩/কৃষিক বিভিন্ন শ্রেণীত বিভক্ত কৰা আৰু শ্রেণীবিভাজনৰ ভিত্তিৰ আভাস
দিয়া ।
৪/স্থায়ী কৃষি কি? ইয়াৰ বৈশিষ্ট্য সম্বন্ধে চমুকৈ আলােচনা কৰা ।
৫/ঠাই সলনি কৃষিৰ (ঝুম কৃষি) এটি চমু আভাস দিয়া। এই কৃষিয়ে
কেনেকৈ পৰিৱেশৰ ক্ষতি সাধন কৰে বিশ্লেষণ কৰা।
৬/বিস্তৃত কৃষি আৰু ক্ষুদ্র কৃষিৰ এটি তুলনাত্মক চিত্র দাঙি ধৰা।
৭/ৰােপন কৰি বুলিলে কি বুজা ? ইয়াৰ বিশেষত্ব আলােচনা কৰা।
ট।
৮/নগৰীকৰণ আৰু বজাৰকেন্দ্রিক কৃষিৰ সম্বন্ধৰ এটি আভাস দিয়া।
৯। ধান খেতিৰ বাবে কেনে পৰিৱেশৰ প্ৰয়ােজন? ইয়াৰ ভৌগােলিক
বিতৰণৰ বিষয়ে চমুকৈ লিখা।
১০। ঘেহুৰ খেতিৰ এটি বিৱৰণ দিয়া।
১১। কপাহ খেতিৰ গুৰুত্ব আৰু ভৌগােলিক বিতৰণ সম্বন্ধে লিখা।
১২। চাহ খেতিৰ বাবে কেনে ধৰণৰ পৰিৱেশৰ প্রয়ােজন? এই খেতিৰ
ভৌগােলিক বিতৰণৰ এটি আভাস দিয়া।




please answer of my all this questions.and didn't send any other messages.​

Answers

Answered by fulchanbhai15
2

১/কৃষি বুলিলে কি বুজা? কৃষিক প্রভাবান্ধিত কৰা কাৰবোৰৰ এটি

Similar questions