Hindi, asked by manashitantitanti, 6 months ago

প্রশ্নাৱলী
১। ছােভিয়েট ৰাছিয়াৰ অৰ্থনীতিৰ প্রকৃতি নির্ণয় কৰা। তলত দিয়া কোনবােৰ বাক্য অশুদ্ধ ?
(ক) সমাজবাদ হ’ল প্রধান আদর্শ।
(খ) উৎপাদনৰ ওপৰত ৰাষ্ট্ৰীয়কৰণ/নিয়ন্ত্রণ।
(গ) জনসাধাৰণে অর্থনৈতিক স্বাধীনতা ভােগ কৰিছিল।
(ঘ) ৰাষ্ট্ৰই সকলাে ধৰণৰ অর্থনীতিক পৰিকল্পনা আৰু নিয়ন্ত্রণ কৰিছিল।
২। সময়ানুক্রমিকভাৱে সজোৱা ।​

Answers

Answered by bharatbasnet851
0

Answer:

أنا أيضًا لا أعرف هذا آسف وأشكرك على نقاطك

Similar questions