India Languages, asked by madhobdasmajuli2345, 2 months ago

(ছ) লেখাৰদেৱে সম্পাদনা কৰা কোনখন গ্রন্থ অসমীয়া সাহিত্যৰ অমূল্য সম্পদ বুলি।​

Answers

Answered by kanika0669
2

Explanation:

মৌখিক সাহিত্যৰ সময়ছোৱাৰপৰাই অসমীয়া গীতি সাহিত্যৰ ইতিহাস আৰম্ভ হয়। পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে অসমীয়া ভাষাৰ আৰম্ভণিৰেপৰা ৮০০ শকাব্দলৈকে অসমীয়া সাহিত্যৰ অন্ধকাৰ যুগটোক 'গীতি যুগ' বুলি উল্লেখ কৰিছে।[1] তেওঁ এই বুলিও কৈছে- অসমীয়া গীতি-সাহিত্যৰ যুগ বৈষ্ণৱী সাহিত্য আৰু প্ৰাক-বৈষ্ণৱী সাহিত্যৰ বহুত আগতে আৰু মন্ত্ৰ বা তান্ত্ৰিক সাহিত্যৰ কিছুদিন পিছতে।[2] অসমীয়া লোকগীতবোৰ গীতি সাহিত্যৰ প্ৰথম নিদৰ্শন। লোকগীতবোৰক তিনিটা প্ৰধান ভাগত ভাগ কৰিব পাৰি। সেয়া হ'ল অনুষ্ঠানমূলক লোকগীত, আখ্যানমূলক লোকগীত আৰু বিবিধ বিষয়ক লোকগীত।[3] অনুষ্ঠানমূলক লোকগীতবোৰ হ'ল- বিহুগীত, আইনাম, বিয়ানাম আদি। আখ্যানমূলক লোকগীতবোৰ হ'ল- মণিকোঁৱৰৰ গীত, ফুলকোঁৱৰৰ গীত, বাৰমাহী গীত, বৰফুকনৰ গীত আদি। বিবিধ বিষয়ক গীতবোৰৰ হ'ল- নিচুকণি গীত, গৰখীয়া গীত, নাও খেলোৱা গীত আদি। ইয়াৰোপৰি বনগীত হৈছে অনাখৰী লোকৰ সৃষ্টি, যি গীতি সাহিত্যৰ প্ৰথম স্তৰৰ নিদৰ্শন বহন কৰে।[4] শংকৰদেৱ, মাধৱদেৱৰ বৰগীত, ভটিমা, নাটকত ব্যৱহাৰ কৰা স্তুতি, ৰাগ আদিও গীতি সাহিত্যৰ প্ৰথমছোৱা সময়ৰ নিদৰ্শন। কীৰ্তন ঘোষা, নামঘোষাও গীতি সাহিত্যৰ প্ৰথম পৰ্বৰ নিদৰ্শন।[

Similar questions