Geography, asked by sarthapratimkalita12, 3 months ago

৩। গ্রাম্য কেন্দ্রীয় অৱস্থানসমূহে তলৰ কোনধৰণৰ ঠাইত গঢ় লয় ?
(ক) চহৰাঞ্চলৰ পৰিধি
(খ) চহৰৰ নাতিদূৰত
(গ) চহৰৰ পৰা বহুত দূৰত পৰস্পৰ সমান ব্যৱধানত
(ঘ) চহৰে স্পৰ্শনকৰা যিকোনাে অৱস্থানৰ যাতায়ত কেন্দ্রত
৫। চাৰিআলি অথবা নদীৰ দলং এখনক কেন্দ্ৰ কৰি কেনে আৰ্হিৰ গ্ৰাম্য বসতিয়ে গঢ় লয় ?
(ক) বিৰল বসতি (খ) ৰৈখিত বসতি (গ) তাৰকাকৃতিক বসতি (ঘ) চক্রাকাৰ বসতি​

Answers

Answered by sauravs07
0

Answer:

option a

Explanation:

because option A is always right

Answered by dipudutta556
0

Answer:

hii

option b is the answer

Similar questions