বৈজ্ঞানিক দায়িত্ব কি কি?
Answers
Answered by
7
Answer:
বিৱৰণ
মানুহ চেতনাশীল আৰু চিন্তাশীল প্ৰাণী। এই গুণৰ বলতেই মানুহে অতীতৰেপৰা প্ৰকৃতিক বিশ্লেষণ আৰু অনুধাৱন কৰি প্ৰাকৃতিক নিয়মসমূহ নিজৰ তথা সমাজৰ কল্যাণৰ বাবে প্ৰয়োগ কৰিবলৈ প্ৰচেষ্টা চলাই আহিছে। মানুহৰ এই প্ৰচেষ্টাই, অৰ্থাৎ প্ৰকৃতিৰ অধ্যয়নেই হ'ল বিজ্ঞান। প্ৰকৃতিক অধ্যয়ন কৰি ইয়াৰ ৰহস্য উদঘাটন কৰাৰ লগত জড়িত হৈ থকা বিশেষ পদ্ধতিয়েই হ'ল বৈজ্ঞানিক পদ্ধতি। সাধাৰণভাৱে ক'বলৈ গ'লে,বৈজ্ঞানিক পদ্ধতি হ'ল প্ৰধানকৈ এটা পৰীক্ষা-নিৰীক্ষাভিত্তিক পদ্ধতি। এই পদ্ধতিৰ সহায়ত প্ৰকৃতিৰ ঘটনা-পৰিঘটনা, প্ৰাকৃতিক উপাদান আদি বিশ্লেষণ কৰি সত্যৰ সন্ধান কৰা হয়।
Similar questions
Sociology,
3 months ago
Social Sciences,
3 months ago
Math,
7 months ago
Geography,
1 year ago
Chemistry,
1 year ago