বাক্য ৰচনা কৰা : আওহাৰণ
Answers
Answered by
2
I can't understand your language
But I can try to answer অসমীয়া কিতাপৰ বাক্য ৰচনা কৰা ।
( অপূৰ্ব কাকতি )
১) শুৱনী - পথাৰখন ধানেৰে শুৱনি হৈ পৰিছে ।
২) সুৰীয়া - মোৰ ভআষাটো সুৰীয়া নহলেওঁ মোৰ বাবে সদায় আপোন ।
৩) ধুনীয়া - মৃন্ময় দেখিৱলৈ ধুনীয়া হলেওঁ পঢ়িৱলৈ নাজানে ।
৪) চহকী - মানুহজন চহকী যদিওঁ অহংকাৰী নহয় ।
৫) কুমলীয়া - ৰহিমে তাৰ মনৰ ভাৱ ৰাহুলৰ আগত কুমলীয়া ভাৱে প্ৰকাশ কৰিলে ।
৬)সুবিশাল - কবি নৱকান্ত বৰুৱাই সুবিশাল পৃথিৱীত সকলোৰে লগত হাতে - হাতে ধৰা - ধৰিকৈ যাৱলৈ ইচ্ছা কৰিছে ।
৭) কথাচহকী - বিন্দ্ৰা গোটেই শ্ৰেণীটোৰ ভিতৰতেই কথা-চহকী ।
৮) কথা শু্ন - শিক্ষকে ছাত্ৰসকলক ক 'লে যে মই কোৱা প্ৰতিটো
Similar questions