অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ দুটা প্ৰধান পাৰ্থক্য উল্লেখ কৰা।
Answers
Answered by
1
অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ দুটা প্ৰধান পাথক্য উল্লেখ কৰা ǀ
উত্তৰঃ
অৰ্থনৈতিক বিকাশ অৰ্থনৈতিক উন্নয়ন
দেশ এখনৰ জাতীয় আৰু জনমূৰি আয় বৃদ্ধিয়ে হ’ল-অৰ্থনৈতিক বিকাশ ǀ
অৰ্থনৈতিক বিকাশ
অৰ্থনৈতিক উন্নয়ন
দেশ এখনৰ জাতীয় আৰু জনমূৰি আয় বৃদ্ধিয়ে হ’ল-অৰ্থনৈতিক বিকাশ ǀ
এটা অৰ্থনৈতিক বিকাশ প্ৰক্ৰিয়া য’ত জাতীয় আয় বৃদ্ধিৰ লগতে আয় বিতৰণৰ ওপৰতো সমানে গুৰুত্ব দিয়া হয় ǀ
অৰ্থনৈতিক বিকাশৰ অৰ্থ সীমিত ǀ
অৰ্থনৈতিক উন্নয়নৰ অৰ্থ বহল ǀ
Similar questions
English,
2 months ago
Social Sciences,
5 months ago
Math,
5 months ago
Physics,
11 months ago
Hindi,
11 months ago