World Languages, asked by begumrunumoni741, 5 months ago

(১) ভজা মাছ খাবলৈ কেনেকুৱা ?​

Answers

Answered by tecnicgaming1133
3

Answer:

ফকৰা যোজনা (ইংৰাজী: Assamese Proverb) হৈছে অসমীয়া ভাষাত প্ৰবাদৰূপে ব্যৱহৃত চিৰন্তন সাধাৰণ জ্ঞানৰ শিক্ষা, যাক সাধাৰণতে সাধাৰণ অসমীয়া গঞা ৰাইজে বুজি পাবৰ কাৰণে সৰল ভাষা, প্ৰতীক আৰু ছন্দ ব্যৱহাৰ কৰি আকৰ্ষণীয় ৰূপত প্ৰকাশ কৰা হয়।[1] ফকৰা যোজনাবোৰ দৈনন্দিন কথা-বতৰাত প্ৰায়ে ব্যৱহাৰ কৰা হয়। ইয়াক ইংৰাজী ভাষাৰ Proverb-অৰ লগত তুলনা কৰিব পাৰি।

Answered by manojbarman922
0

Answer:

ভজা মাছ খাবলৈ বৰ কৰকৰিয়া আৰু সোৱাদযুক্ত হয় ।

গৰমে গৰমেহে খাবলৈ ভাল, ঠাণ্ডা হলে আৰু কোনে খায়

Explanation:

Explain koribo nuwari, Only feel koribo pari ☺

Similar questions