India Languages, asked by XxCharmingGuyxX, 2 months ago

~♥~~♥~ইয়াত থকা প্রত্যক অসমীয়া অগ্ৰজ আৰু মোৰ মৰমৰ বন্ধুসকলক অসমীয়া মাঘ/ ভোগালী বিহুৰ প্রীতি ও শুভেচ্ছা জ্ঞাপন কৰিছো। ~♥~~♥~​

Answers

Answered by madhulika7
2

Answer:

মেজিৰ পৱিত্র জুইয়ে তোমাৰ হৄদয় উমাল কৰি তোলক । ভোগালী মাঘৰ মেজি, পিঠ-পনা আৰু অনেক সুখৰ বতৰাই তোমাৰ জীৱন ৰঙীন কৰি তোলক । ভোগালীৰ ভেলাঘৰ, উৰূকাৰ ভোজ আৰু মেজিৰ জুইৰ পৱিত্র উমেৰে তোমাৰ জীৱন সুখময় হওক | ভোগালীৰ ওলগ জনালো পৰিয়ালৰ সকলোলৈকে ।

Please yrr unblock me.·´¯`(>▂<)´¯`·.

Similar questions