গণতন্ত্ৰ ৫টা গুণ লিখা
Answers
Answered by
0
গণতন্ত্ৰ হ’ল কোনো ৰাষ্ট্ৰৰ এনে এটি শাসন ব্যৱস্থা য'ত প্ৰত্যেক নাগৰিকৰ নীতি নিৰ্ধাৰণ বা চৰকাৰী প্ৰতিনিধি নিৰ্বাচনৰ ক্ষেত্ৰত সমান অধিকাৰ থাকে। গণতন্ত্ৰত আইন প্ৰস্তাৱনা, প্ৰণয়ণ আৰু প্ৰয়োগৰ ক্ষেত্ৰত সকলো নাগৰিকৰ অংশগ্ৰহণৰ সমান অধিকাৰ আছে যিটো সচৰাচৰ জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিৰ মাধ্যমেৰে হয়। যদিও শব্দটি সাধাৰণতে ৰাজনৈতিক ৰাষ্ট্ৰৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হয় যদিও অন্যান্য সংস্থা বা সংগঠনৰ ক্ষেত্ৰটো এইটো প্ৰযোজ্য।
Answered by
0
গণতন্ত্ৰ হ’ল কোনো ৰাষ্ট্ৰৰ (বা কোনো সংগঠনৰ) এনে এটি শাসন ব্যৱস্থা য'ত প্ৰত্যেক নাগৰিকৰ নীতি নিৰ্ধাৰণ বা চৰকাৰী প্ৰতিনিধি নিৰ্বাচনৰ ক্ষেত্ৰত সমান অধিকাৰ থাকে। গণতন্ত্ৰত আইন প্ৰস্তাৱনা, প্ৰণয়ণ আৰু প্ৰয়োগৰ ক্ষেত্ৰত সকলো নাগৰিকৰ অংশগ্ৰহণৰ সমান অধিকাৰ আছে যিটো সচৰাচৰ জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিৰ মাধ্যমেৰে হয়। যদিও শব্দটি সাধাৰণতে ৰাজনৈতিক ৰাষ্ট্ৰৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হয় যদিও অন্যান্য সংস্থা বা সংগঠনৰ ক্ষেত্ৰটো এইটো প্ৰযোজ্য।
Similar questions