Social Sciences, asked by pareshbarman054, 2 months ago


২৫। তােমাৰ নিজৰ ঠাইখনত পৰিৱেশৰ কিবা সমস্যা আছেনে? যদি আছে তাৰ কাৰণ ব্যাখ্যা কৰা আৰু
সমাধানৰ উপায় চিন্তা কৰি লিখা।​

Answers

Answered by XxCharmingGuyxX
3

\huge\tt{\fbox{\blue{Question♡}}}➱তোমাৰ নিজৰ ঠাইখনৰ পৰিৱেশ কিবা সমস্যা আছেন?যদি আছে তাৰ কাৰণ ব্যাখ্যা কৰা আৰু সমাধান উপাই চিন্তা কৰি লিখা।

\huge\tt{\fbox{\pink{answer♡}}}

  • মই ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত থাকো। অর্থাৎ উত্তৰ গুৱাহাটীত। উত্তৰ গুৱাহাটী এখন বুৰঞ্জী প্ৰসিদ্ধ তথা পাহাৰেৰে আগুৰা সুন্দৰ পৰিৱেশৰ ঠাই। কিন্তু বৰ্তমান উদ্যোগীকৰণৰ নামত তথা গুৱাহাটী মহানগৰীৰ পৰিসীমা বৃদ্ধিৰ যি নগৰীকৰণ প্ৰক্ৰিয়া চলিব লাগিছে সি এটা সমস্যা হৈ পৰিছে। বৰ্ত্তমান ইয়াত সৰু ডাঙৰ অসংখ্য উদ্যোগ গঢ়ি উঠিছে। সেইবোৰৰ লগত গাড়ী-মটৰ আদি কৰি এটা বসবাসৰ অনুপযোগী পৰিৱেশৰ সৃষ্টি হৈছে। কলকাৰখানাবোৰৰ পৰা নিৰ্গত ধোৱা আৰু ছাঁইবোৰে ওচৰ পাজৰৰ কৃষিভূমি সমূহৰ উৎপাদনত প্রভাব পেলাইছে আৰু উৎপাদন হ্ৰাস কৰিছে তুলনামূলকভাবে স্থানীয় বায়ুমণ্ডলৰ উত্তাপো বৃদ্ধি হৈছে। আমাক যিহেতু উদ্যোগো লাগিব আৰু উৎপাদনো লাগিব সেয়েছে বিজ্ঞানসম্মত ভাবে সকলো কাম নিয়ন্ত্রণ যুক্ত হলে এটা সুন্দৰ পৰিৱেশ বৰ্তি থাকিব বুলি আশা কৰিব পাৰোঁ।
Similar questions