(গ) উত্তৰ-পূব ভাৰতৰ প্ৰধান নদী কেইখন আৰু কি কি?
Answers
Answered by
3
Answer:
উত্তৰ- পূব ভাৰতৰ প্ৰধান নদীসমূহ-
অৰুণাচল প্ৰদেশ- লুইত,সোৱণশিৰি ,ছিয়াং,জীয়াভৰালী,
অসম- ব্ৰহ্মপুত্ৰ,বৰাক,সোৱণশিৰি,মানাহ,জীয়াভৰালী, বঢ়ীদিহিং,কপিলী,ধনশিৰি
ত্ৰিপুৰা- ফেনী,গোমতী,খোৱাই,মহুৰি
মণিপুৰ-বৰাক ,ইম্ফল ,ইৰিল
নাগালেণ্ড-ঝুমকি, দয়াং ,টিজু
মিজোৰাম-কালাদন,টুইভাই সোণাই, টলং,লঙ্গাই
মেঘালয়- ডিগাৰু (উমট্ৰু),বৰাপানী (উমিয়াম), সোমেশ্বৰী, দুধনৈ ৷
Answered by
0
Answer:
what is this i know only hindi
Similar questions