Art, asked by Moynulhoque5646, 4 months ago

জাতীয়তা গঠনত সহায় কৰা যিকোনো পাঁচটা উপাদানৰ বিষয়ে চমুকৈ লিখা​

Answers

Answered by baruahpronobjyoti16
4

Answer:

উমৈহতীয়া বিষয়,ইতিহাস,উমৈহতীয়া ভাষা,ৰাজনৈতিক আদর্শ, ৰাষ্ট্রসস্তূত ঐক্য আদি

Explanation:

জাতীয়তা গঠনত সহায় কৰা যিকোনো পাঁচটা উপাদান

১। উমৈহতীয়া বিষয় :- জাতীয়তাবাদ এটা বিমূর্ত বস্তু। এটা বিশ্বাস বা কল্পনাসদৃশ। সেয়েহে নিজৰ কর্তৃত্বাধীন এটা ৰাজনৈতিক সংগঠনৰ অধীনত বাস কৰা আৰু ভৱিষ্যত উৎকর্ষ সাধনৰ স্বপ্ন বাস্তৱত পৰিণত কৰাৰ আকাংক্ষা আৰু বিশ্বাস। এক সেই সকলৰ মহাগুণ।

২। ইতিহাস :- ঐতিহাসিক ঘটনা বা কার্যাৱলীৰ স্মৃতি , ঐতিহাসিক আখ্যান , টোকা আদি বুৰঞ্জীপ্ৰসিদ্ধ যুদ্ধ বিগ্রহ, জয় পৰাজয় , সংস্কৃতি, সভ্যতা আদি বিষয়ৰ অতীত কৃষ্টি ৰােমন্থন আৰু সেইবােৰৰ ভিত্তিত গঢ়ি উঠা প্রেম জাতীয়তাবাদৰ আন এটা উপাদান।

৩। উমৈহতীয়া ভাষা - ধর্ম - সংস্কৃতি আনি জৰিয়তে গঢ় লােৱা একাত্মবােধ জাতীয়তাবাদৰ উৎপত্তি আৰু বাঢ়নত সাৰ পানী যােগান ধৰা উপাদান হ'ল – উমৈহতীয়া ভাষা - ধর্ম সংস্কৃতি আদিৰ বৰঙণি।

৪। ৰাজনৈতিক আদর্শ :- ৰাজনৈতিক আদর্শৰ প্রতি সমূহীয়া দৃষ্টিভঙ্গী জাতীয়তাবাদৰ এটা গুৰুত্বপূর্ণ উপাদান।

৫। ৰাষ্ট্রসস্তূত ঐক্য:- একে শাসনাধিষ্ঠ হৈ থকাৰ একান্ত ইচ্ছা বহনকাৰী এক বা একাধিক জাতীয়তাৰে গঠিত জনগােষ্ঠী এটা জাতিত পৰিণত হয়।

Answered by rinkigogoi54
0

Answer:

Explanation:

জাতীয়তা গঠনত সহায় কৰা যিকোনো পাঁচটা উপাদান বিষয়ে চমুকৈ লিখা

Similar questions