অসম রাজ্যর বিষয়ে চমু টোকা লিখা
Answers
Answered by
0
Answer:
অসম
অসম ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ এখন উল্লেখযোগ্য ৰাজ্য। অসম প্ৰাকৃতিক পৰিৱেশ অতি মনোমোহা, সেয়ে প্ৰাচীন কালৰে পৰা অসমলৈ বহুতো প্ৰবজনকাৰী আহিছিল। অসম প্ৰাচীন কালৰে পৰা সাহিত্য সংস্কৃতিত আগবঢ়া আছিল। অসমৰ প্ৰাচীন নাম আছিল প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ।
অসম নামটোৰ উৎপত্তি সম্বন্ধে বহু কাহিনী আছে। কোনো কোনো পণ্ডিতে কয় যে বড়ো শব্দ হা-চোমৰ সংস্কৃতকৰণৰ জড়িয়তে অসম নামৰ উৎপত্তি হৈছিল। আকৌ কোনো কোনো পণ্ডিতে কয় যে অসমৰ প্ৰাকৃতিক পৰিৱেশ অসমান সেয়ে এই ৰাজ্যৰ নাম অসম হয়।
mark this answer as Brainlist
Similar questions