Science, asked by surajitb204, 6 months ago

এছিডে আৰু ক্ষাৰকে পৰস্পৰা সৈতে কিদৰে বিক্ৰিয়া কৰে?​

Answers

Answered by XxCharmingGuyxX
0

প্ৰশ্ন :-

এছিডে আৰু ক্ষাৰকে পৰস্পৰা সৈতে কিদৰে বিক্ৰিয়া কৰে?

উত্তৰ :- এচিড আৰু ক্ষাৰকে পৰস্পৰ বিক্ৰিয়া কৰি প্রশম দ্ৰব আৰু লবণ উত্তপন্ন কৰে।

Similar questions