Sociology, asked by bidishabasumatary, 4 months ago

'প্রাচীন ভাৰতীয় শিক্ষা' পাঠটিৰ কথাখিনি চমুকৈ লিখা । ​

Answers

Answered by pooja14365
12

'প্ৰাচীন ভাৰতৰ শিক্ষা' পাঠটিৰ মূল উদেশ্য হ'ল-

প্ৰাচীন ভাৰতৰ শিক্ষা দানৰ বাবে তক্ষশীলা শ্ৰীধান্যকটক নালন্দা উদান্তপুৰী, দেৱবিহাৰ বা বিক্ৰমশীলা আৰু উজ্জয়িনী নানেৰে দুখন বিশ্ববিদ্যালয় আছিলে । বিদ্যালয় নিৰ্বিশেষে হিন্দু আৰু বৌদ্ধ দুয়োবিধ শিক্ষা প্ৰদান কৰা হয় । বিভিন্ন বিদ্যালয়ত তৰ্কশাস্ত্ৰ, চিকিৎসাশাস্ত্ৰ , ব্যাকৰণ, দৰ্শনশাস্ত্ৰ ,আত্মাবিদ্যা,বেদ আদি বিষয়ৰ বিদ্যা দিয়া হয় । আৰ্য শিক্ষাৰ ৬৪ কলা বিদ্যাৰ ভিতৰত ১১টা ভিভাগৰ শিক্ষাত্ত দিয়া হৈছিল । বুদ্ধদেৱৰ চিকিৎসক জীৱক, সংস্কৃত ভাষাৰ প্ৰথম প্ৰণেতা পানিনি , ৰাষ্ট্ৰবিজ্ঞানৰ বিচক্ষণ চণ্ডিত চাণক্য চীনা, পৰিব্ৰাজক য়ুযানচ্যাঙ আদিয়ে প্ৰাচীন কালত ভাৰতৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল । বিভিন্ন বিদ্যালয়ত অত্ৰেয় ঋষি নাগাৰ্জুন, শীলভদ্র আদিৰ দৰে ব্যক্তিয়ে শিক্ষা দান কৰিছিল । আজি কালিৰ দৰে আগৰ দিনত পুথিভঁৰালৰ ব্যৱস্থা আছিল । বিক্ৰমশীলা বিশ্ববিদ্যালয়ৰ ছাত্ৰাৱাসত বিনামূলীয়া থকা-খোৱাৰ ব্যৱস্থাও ছাত্ৰসকলৰ বাবে আছিল । উজ্জয়িনীৰ বিশ্ববিদ্যালয় আছিল ভাৰতবৰ্ষৰ সকলো পণ্ডিত লোকৰ মিলনভূমি ৰজা বিক্ৰমাদিত্যৰ ৰাজত্বকালত । প্ৰাচীন ভাৰতৰ নালন্দা বিশ্ববিদ্যালয়ত শিক্ষাৰ আদৰ্শ বহু উচ্চ মানৰ আছিল । যিকোনো ছাত্ৰই তাত নামভৰ্তি কৰিব পৰা নাছিলে ।

সেই সময়ৰ শিক্ষাৰ উদেশ্য আছিল মানুহৰ অসৎ প্ৰবৃত্তিবোৰক দলিয়াই থৈ সজ প্ৰবৃত্তিবোৰক আঁকোৱালি লোৱা আৰু জীৱন যুদ্ধৰ কাৰণে তেওঁলোকক সাজু কৰা।

প্ৰাচীন ভাৰতৰ শিক্ষাৰ দিনত যথেষ্ট আগ বঢ়া আছিল । ভাৰতৰ আন এখন তাহানি বিশ্ববিদ্যালয় হৈছে বিক্ৰমশীল বা দেৱবিহাৰ । দুটা উচ্চ বিদ্যালয়ৰ সমষ্টি বিক্ৰমশীলত ১০ গৰাকী অধ্যাপক আছিল । এই বিশ্ববিদ্যালয় আছিল চাৰিখন ছাত্রৱাস মাক 'সত্ৰ' নামেৰে জনা গৈছিল আৰু তাত ছাত্ৰসকলৰ থকা-খোৱা আছিল বিনামূলীয়া । জ্যোতিশাস্ত্ৰৰ শিক্ষা দিবলৈ আন এখন বিশ্ববিদ্যালয় আছিল উজ্জয়িনীত ।*

প্ৰাচীন ভাৰতৰ শিক্ষা উচ্চ আদৰ্শক উপলব্ধি কৰি আজিৰ ছাত্ৰ সমাজে নিজকে সুনাগৰিকৰূপে গঢ়ি তোলাৰ লগতে দেশখনকো ওখ আদৰ্শৰ বাটলৈ নিয়াৰ পথেৰে আগ বাঢ়ক পাঠটোৰ জৰিয়তে এনে আস্থান শুনা গৈছেল ।✔️

Answered by 9b21bhargavpbhagawat
0

Answer:

'প্ৰাচীন ভাৰতৰ শিক্ষা' পাঠটিৰ মূল উদেশ্য হ'ল-

প্ৰাচীন ভাৰতৰ শিক্ষা দানৰ বাবে তক্ষশীলা শ্ৰীধান্যকটক নালন্দা উদান্তপুৰী, দেৱবিহাৰ বা বিক্ৰমশীলা আৰু উজ্জয়িনী নানেৰে দুখন বিশ্ববিদ্যালয় আছিলে । বিদ্যালয় নিৰ্বিশেষে হিন্দু আৰু বৌদ্ধ দুয়োবিধ শিক্ষা প্ৰদান কৰা হয় । বিভিন্ন বিদ্যালয়ত তৰ্কশাস্ত্ৰ, চিকিৎসাশাস্ত্ৰ , ব্যাকৰণ, দৰ্শনশাস্ত্ৰ ,আত্মাবিদ্যা,বেদ আদি বিষয়ৰ বিদ্যা দিয়া হয় । আৰ্য শিক্ষাৰ ৬৪ কলা বিদ্যাৰ ভিতৰত ১১টা ভিভাগৰ শিক্ষাত্ত দিয়া হৈছিল । বুদ্ধদেৱৰ চিকিৎসক জীৱক, সংস্কৃত ভাষাৰ প্ৰথম প্ৰণেতা পানিনি , ৰাষ্ট্ৰবিজ্ঞানৰ বিচক্ষণ চণ্ডিত চাণক্য চীনা, পৰিব্ৰাজক য়ুযানচ্যাঙ আদিয়ে প্ৰাচীন কালত ভাৰতৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল । বিভিন্ন বিদ্যালয়ত অত্ৰেয় ঋষি নাগাৰ্জুন, শীলভদ্র আদিৰ দৰে ব্যক্তিয়ে শিক্ষা দান কৰিছিল । আজি কালিৰ দৰে আগৰ দিনত পুথিভঁৰালৰ ব্যৱস্থা আছিল । বিক্ৰমশীলা বিশ্ববিদ্যালয়ৰ ছাত্ৰাৱাসত বিনামূলীয়া থকা-খোৱাৰ ব্যৱস্থাও ছাত্ৰসকলৰ বাবে আছিল । উজ্জয়িনীৰ বিশ্ববিদ্যালয় আছিল ভাৰতবৰ্ষৰ সকলো পণ্ডিত লোকৰ মিলনভূমি ৰজা বিক্ৰমাদিত্যৰ ৰাজত্বকালত । প্ৰাচীন ভাৰতৰ নালন্দা বিশ্ববিদ্যালয়ত শিক্ষাৰ আদৰ্শ বহু উচ্চ মানৰ আছিল । যিকোনো ছাত্ৰই তাত নামভৰ্তি কৰিব পৰা নাছিলে ।

সেই সময়ৰ শিক্ষাৰ উদেশ্য আছিল মানুহৰ অসৎ প্ৰবৃত্তিবোৰক দলিয়াই থৈ সজ প্ৰবৃত্তিবোৰক আঁকোৱালি লোৱা আৰু জীৱন যুদ্ধৰ কাৰণে তেওঁলোকক সাজু কৰা।

প্ৰাচীন ভাৰতৰ শিক্ষাৰ দিনত যথেষ্ট আগ বঢ়া আছিল । ভাৰতৰ আন এখন তাহানি বিশ্ববিদ্যালয় হৈছে বিক্ৰমশীল বা দেৱবিহাৰ । দুটা উচ্চ বিদ্যালয়ৰ সমষ্টি বিক্ৰমশীলত ১০ গৰাকী অধ্যাপক আছিল । এই বিশ্ববিদ্যালয় আছিল চাৰিখন ছাত্রৱাস মাক 'সত্ৰ' নামেৰে জনা গৈছিল আৰু তাত ছাত্ৰসকলৰ থকা-খোৱা আছিল বিনামূলীয়া । জ্যোতিশাস্ত্ৰৰ শিক্ষা দিবলৈ আন এখন বিশ্ববিদ্যালয় আছিল উজ্জয়িনীত ।

প্ৰাচীন ভাৰতৰ শিক্ষা উচ্চ আদৰ্শক উপলব্ধি কৰি আজিৰ ছাত্ৰ সমাজে নিজকে সুনাগৰিকৰূপে গঢ়ি তোলাৰ লগতে দেশখনকো ওখ আদৰ্শৰ বাটলৈ নিয়াৰ পথেৰে আগ বাঢ়ক পাঠটোৰ জৰিয়তে এনে আস্থান শুনা গৈছেল ।✔️

Explanation:

Similar questions