Accountancy, asked by aaloknath17, 1 month ago

অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা বেছি বিকাশসহ ভিন্নতা সৃষ্টি হয় কেনেকৈ ব্যাখ্যা কৰা? ই বিবতন কিদৰে প্ৰভাৱ পেলায়?

PLEASE DON'T ANSWER IF YOU DON'T KNOW ​

Answers

Answered by vaibhavdantkale65
8

Answer:

অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা বেছি বিকাশসহ ভিন্নতা সৃষ্টি হয় কেনেকৈ ব্যাখ্যা কৰা? ই বিবতন কিদৰে প্ৰভাৱ পেলায়?

Answered by pooja14365
11

যৌন প্ৰজননত দুটা প্ৰানী – পুৰুষ আৰু মহিলা জড়িত থাকে । জনন কোষ গঠনত সময়ত মিয়চিচ কোষ বিভাজনত হয়। জনন কোষ গঠনত জিনৰ বিনিময় হয়। প্ৰানীবোৰত জিনীয় চৰিত্ৰ পিতৃ আৰু মাতৃতকৈ বেলেগ হয়।

অযৌন প্ৰজনন কেৱল এটা পিতৃ পুৰুষ পৰা সম্তান জন্ম হয়।ইয়াত হ্ৰাসাত্মক বা মিঅচিচ কোষবিভাজন নহয়, ই বিৱতনত কোনো ধৰণৰ প্ৰভাৱ নেপেলায়।

Similar questions