Physics, asked by hemenlahkar3108, 4 months ago

জীৱস্ম ইন্ধন বিলাক কি ? এইবোৰ ইন্ধন দহনৰ ফলত হোৱা অসুবিধা এটা উল্লেখ কৰা ।

Answers

Answered by DeyasiniChatterjee
2

Search Within Portal

গ্ৰামীণ শক্তি

শক্তিৰ বুনিয়াদসমূহ

শক্তিৰ উৎসসমূহঃ

State:

open

শক্তিৰ

এঙাৰঃ সীমিত অক্সিজেনৰ পৰিৱেশত দহন কৰা কাঠৰ অৱশিষ্ট অংশ। এই ইন্ধন শিখা অবিহনেই জ্বলে। ই আপেক্ষিকভাৱে ধোঁৱাবিহীন হোৱাৰ লগতে ইয়াৰ তাপ উৎপাদন ক্ষমতাও উচ্চ মানৰ।

গোবৰ গেছঃ গৰুৰ গোবৰ বিভিন্ন উদ্ভিদজাত সামগ্ৰী, শাক-পাচলিৰ পেলনীয়া অংশ আদিৰ অবায়ৱীয় বিয়োজন ঘটি উৎপন্ন হোৱা গেছীয় ইন্ধন।

জৈৱ গেছ মূলতঃ গৰুৰ গোবৰৰ পৰা তৈয়াৰ কৰা হয় বাবে ইয়াৰ জনপ্ৰিয় নাম গোবৰ গেছ।

জৈৱ গেছ প্ৰকল্পঃ এই প্ৰকল্পত জৈৱ আৱৰ্জনাসমূহ কুঁৱাৰ নিচিনা ইটাৰে নিৰ্মিত এটা খাদত প্ৰাকৃতিকভাৱে বিয়োজন হ’বলৈ দিয়া হয়। তাৰ পৰা উৎপন্ন হোৱা গেছ এটা আধাৰৰ জৰিয়তে নলীৰে ব্যৱহাৰৰ বাবে উলিওৱা হয়।

বায়ু শক্তিঃ বতাহৰ গতি শক্তি ব্যৱহাৰেৰে উৎপন্ন কৰা যন্ত্ৰিক বা বিদ্যুৎ শক্তি।

বায়ুকলঃ দৃঢ় আলমত কোনো উচ্চতাত স্থাপন কৰা বৃহৎ বৈদ্যুতিক পাংখাসদৃশ গঠন। ইয়াৰ ঘূৰ্ণন গতি ব্যৱহাৰ কৰি বৈদ্যুতিক জেনেৰেটৰৰ টাৰ্বাইন ঘূৰোৱা হয়। ই বতাহৰ গতি শক্তিক যান্ত্ৰিক বা বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে।

বায়ু শক্তি পামঃ বিদ্যুৎ শক্তিক বাণিজ্যিক উদ্দেশ্যত ব্যৱহাৰৰ বাবে ভালেমান বায়ুকল স্থাপন কৰা এক পাম।

সৌৰ শক্তিঃ সূৰ্যৰ পৰা আহৰণ কৰা পোহৰ আৰু তাপ শক্তি যাক আধুনিক প্ৰযুক্তিৰ সহায়ত অইন শক্তিলৈ ৰূপান্তৰ কৰা হয়।

সৌৰ ধ্ৰুৱকঃ সূৰ্যৰ পৰা পৃথিৱীৰ গড় দূৰত্বত সৌৰ ৰশ্মিৰ লম্বভাৱে থকা পৃথিৱীৰ বায়ুমণ্ডলৰ বহিঃভাগৰ প্ৰান্তত প্ৰতি এক ক্ষেত্ৰফলত আপতিত সৌৰ শক্তিক ধ্ৰুৱক বোলে। এই ধ্ৰুৱকৰ মান প্ৰায় ১.৪ কিল’ৱাট/মিঃ।

সৌৰ চুলাঃ সৌৰ শক্তি ব্যৱহাৰ কৰি খাদ্য প্ৰস্তুত কৰিব পৰা আহিলা।

সৌৰ জল উত্তাপকঃ সূৰ্যৰ পোহৰৰ সহায়ত পানী গৰম কৰিব পৰা আহিলা।

সৌৰ উত্তাপক আহিলাঃ সৌৰ শক্তিৰ সহায়ত উত্তাপ সৃষ্টি কৰিব পৰা আহিলা।

সৌৰ কোষঃ এনে কোষ যিয়ে সূৰ্যৰ পোহৰক বিদ্যৎ শক্তিলৈ ৰূপান্তৰ কৰে।

প্ৰৰূপী সৌৰ কোষ এটাই সূৰ্যৰ ৰশ্মিৰ পৰা ০.৫ৰ পৰা ১ ভল্ট বিভৱ সৃষ্টি কৰে আৰু ০.৭ ৱাট বিদ্যুৎ উৎপাদন কৰিব পাৰে।

সৌৰ কোষ ফলকঃ ভালেমান সৌৰ কোষ লগ লগাই ব্যৱহাৰিক উদ্দেশ্যত খটুৱাব পৰাকৈ বিদ্যুৎ উৎপাদন কৰিব পৰা আহিলা।

জোৱাৰ-ভাটাঃ চন্দ্ৰৰ (সামান্য পৰিমাণে সূৰ্যৰ) মাধ্যাকৰ্ষণিক টানৰ বাবে ভূ-পৃষ্ঠৰ সামুদ্ৰিক জলপৃষ্ঠ ওফন্দি উঠা (জোৱাৰ) আৰু নামি যোৱা (ভাটা) পৰিঘটনা।

জোৱাৰ-ভাটা শক্তিঃ জোৱাৰ-ভাটাৰ ফলত সৃষ্টি হোৱা সমুদ্ৰপৃষ্ঠৰ পাৰ্থক্যৰ জৰিয়তে উৎপাদন কৰা জলবিদ্যুৎ শক্তি।

তৰংগঃ তীব্ৰ বতাহৰ গতিৰ ফলত সামুদ্ৰিক জলভাগত উঠা তৰংগ।

তৰংগ শক্তিঃ তৰংগৰ পৰা উৎপন্ন হোৱা গতি শক্তিৰ পৰা উৎপাদন কৰা বিদ্যুৎ শক্তি।

মহাসাগৰীয় তাপ শক্তিঃ মহাসাগৰৰ জলপৃষ্ঠৰ ওপৰত পৰা সৌৰশক্তিৰ বাবে সৃষ্টি হোৱা উপৰিভাগৰ উষ্ণতা আৰু গভীৰতাৰ শীতলতাৰ পাৰ্থক্যৰ ফলত সৃষ্টি হোৱা শক্তি।

মহাসাগৰীয় তাপ শক্তি পৰিৱৰ্তন প্ৰকল্পঃ এবিধ সামুদ্ৰিক নৱীকৰণযোগ্য শক্তি প্ৰযুক্তি যাৰ জৰিয়তে এই নিউক্লীয় বিক্ৰিয়া য’ত মহাসাগৰৰ জলপৃষ্ঠই শোষণ কৰা সৌৰ শক্তিৰ পৰা বিদ্যুৎ শক্তি উৎপাদন কৰা হয়।

ভূ-তাপীয় শক্তিঃ ভূ-পৃষ্ঠৰ অন্তঃভাগৰ গলিত উষ্ণ শিলৰ পৰা আহৰণ কৰা শক্তি।

Answered by DevendraLal
1

জৈব জ্বালানী কি?

  • যখন জৈব জ্বালানী, যা প্রাথমিকভাবে হাইড্রোজেন এবং কার্বন, পোড়ানো হয়, কার্বন ডাই অক্সাইড নির্গত হয়, যা বিশ্ব উষ্ণায়নে অবদান রাখে।
  • সত্য, জৈব জ্বালানী জীবাশ্ম জ্বালানীর তুলনায় কম গ্রীনহাউস গ্যাস নির্গত করে, কিন্তু এটি শুধুমাত্র গ্লোবাল ওয়ার্মিংকে থামাতে বা বিপরীত করার পরিবর্তে বিলম্বিত করতে সাহায্য করতে পারে।

দহনের অসুবিধা

  • অসম্পূর্ণ দহনের নিম্নলিখিত ত্রুটিগুলি রয়েছে: I এটি কাঁচের বিকাশ ঘটায়, যা কেবল অপুর্ণ কার্বন যা বায়ুকে দূষিত করে এবং রান্নার পাত্র কালো করে। এর ফলে কার্বন মনোক্সাইড উৎপন্ন হয়, একটি অত্যন্ত বিষাক্ত গ্যাস।
Similar questions