India Languages, asked by TheUnknownLily, 4 months ago

অতি চমু উত্তৰ দিয়া :

ক ) শিশুলীলা নামৰ ঘোষতিৰ ৰচক কোন ?

খ ) মহাপুৰুষ জনাৰ জীৱনৰ কীৰতিস্তম্ভ কি ?

গ ) নন্দ জায়া কোন ?

ঘ ) শ্ৰীমন্ত শংকৰদেৱৰ জন্ম আৰু মৃত্যু কেতিয়া হই ?

don't spam !!

if you don't know , simply leave this question

Don't be greedy for points !​

Answers

Answered by BRAINLYxKIKI
17

..প্ৰশ্ন সমূহ..

ক ) শিশুলীলা নামৰ ঘোষতিৰ ৰচক কোন ?

খ ) মহাপুৰুষ জনাৰ জীৱনৰ কীৰতিস্তম্ভ কি ?

গ ) নন্দ জায়া কোন ?

ঘ ) শ্ৰীমন্ত শংকৰদেৱৰ জন্ম আৰু মৃত্যু কেতিয়া হই ?

..উত্তৰ সমূহ..

) উত্তৰ : শিশুলীলা নামৰ ঘোষতিৰ ৰচক মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ

) উত্তৰ : মহাপুৰুষ জনাৰ জীৱনৰ কীৰতিস্তম্ভ খন হৈছে " কীৰ্তন ঘোষা "

) উত্তৰ : নন্দ ৰজাৰ পত্নী যশোদায়ে হৈছে নন্দ জায়া

) উত্তৰ : শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল চনত আৰু মৃত্যু হৈছিল চনত

ইত্যাদি

ㅤㅤㅤ ʙʀɪɴʟʏ×ɪɪ

ㅤㅤㅤ

Answered by XxHeartHeackerJiyaxX
20

Answer:

শ্ৰীমন্ত শংকৰদেৱ (ইংৰাজী: Srimanta Sankardeva, জন্ম: ১৪৪৯ - মৃত্যু: ১৫৬৮) একাধাৰে এগৰাকী ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, সুগায়ক, নৰ্তক, অভিনেতা, কবি, চিত্ৰকৰ আছিল। শংকৰদেৱ অসমীয়া জাতি-সাহিত্য-সংস্কৃতি নিৰ্মাতা।[2] তেওঁ সাংস্কৃতিক প্ৰমূল্যৰে নৱবৈষ্ণৱ ধৰ্ম অথবা একশৰণ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ-জীৱনক একত্ৰিত আৰু সংহত কৰিছিল।[1][2] অসমীয়া তথা ভাৰতীয়সাংস্কৃতিক জীৱনলৈ তেওঁ যি বিস্ময়কৰ অৱদান আগবঢ়াই গ'ল, তাৰ বাবে তেওঁক মহাপুৰুষ আৰু অৱতাৰী পুৰুষৰূপে আখ্যা দিয়া হয়।[2]

Similar questions