Sociology, asked by dkrdoley, 4 months ago

(গ)কুকুৰৰ কেইবিধমান প্রজাতিৰ নাম​

Answers

Answered by sneha5936
1

Answer:

লাইকা (ৰুছ: Лайка) (১৯৫৪ - ১৯৫৭) এটি ৰুছ কুকুৰ তথা পৃথিৱীৰ প্ৰথম মহাকাশচাৰী। ই পৃথিৱীৰ প্ৰথম জীৱ হিচাপে পৃথিৱীৰ কক্ষপথ পৰিভ্ৰমণৰ সৌভাগ্য অৰ্জন কৰিছিল। ১৯৫৭ চনৰ ৩ নৱেম্বৰত উৎক্ষেপণ কৰা ছোভিয়েট মহাকাশযান স্পুটনিক ২ ত উঠি লাইকায়ে মহাকাশ ভ্ৰমণ কৰিছিল। লাইকাৰ লগে লগে আন দুটা কুকুৰক এই মহা অভিযানৰ বাবে প্ৰশিক্ষণ দিয়া হৈছিল। শেষলৈ লাইকাই নিৰ্বাচিত হয়। লাইকাৰ মূল নাম "কুদৰিয়াভকা" আৰু ই এটা মাইকী কুকুৰ।

Similar questions