Computer Science, asked by paduntarun474, 4 months ago

শক্তি বুলিলে কি বুজায় ?​

Answers

Answered by hemantabaruah23
0

Answer:

পদাৰ্থবিজ্ঞানত শক্তি হৈছে এনে এক বৈশিষ্ট্য (property) যাক লাভ কৰাৰ যোগেদি কোনো এক পদাৰ্থই কাম কৰিব পাৰে অথবা কোনো অন্য এক অৱস্থালৈ ৰূপান্তৰিত হ'ব পাৰে, কিন্তু ই কেতিয়াও সৃষ্টি অথবা বিনাশ হ'ব নোৱাৰে।

mark this answer as Brainlist

Similar questions