History, asked by hellimsperker043, 20 days ago

কেপ্তেইন ওৱেলছে কি পৰিস্থিতিত অসমলৈ আহিছিল? কিয় তেওঁ আধৰুৱা অৱস্থাতে অভিযান সামৰি
ঘূৰি গ'ল?

Answers

Answered by adityaisraji
4
মোৱামৰীয়া বিদ্ৰোহ (১৭৬৯–১৮০৫ , ইংৰাজী ভাষা:Moamoriya Rebillion) আছিল মায়ামৰা সত্ৰৰ ভক্ত মৰাণসকল আৰু আহোম ৰজাসকলৰ মাজত ১৮শ শতিকাত হোৱা সংঘাত। ইয়াৰ ফলত আহোম ৰজা আৰু ৰজাঘৰীয়াৰ বিৰুদ্ধে গণ-জাগৰণৰ সৃষ্টি হৈছিল আৰু দুবাৰকৈ আহোম ৰজাই ৰাজধানীৰ অধিকাৰ হেৰুৱাইছিল। পাছলৈ ৰাজধানী পুনৰ অধিকাৰ কৰোঁতে বহু প্ৰজাৰ মৃত্যু ঘটিছিল। আহোম ৰজাই সমগ্ৰ ৰাজ্য ঘূৰাই পোৱা নাছিল। উত্তৰ-পূবৰ বেংমৰা নামৰ অঞ্চল প্ৰায় স্বাধীন হৈ পৰে।

বিদ্ৰোহৰ পাছত আহোম ৰাজ্য দুৰ্বল হৈ পৰে। ৰাজ্যৰ প্ৰায় আধা প্ৰজা নাইকিয়া হয় আৰু অৰ্থনীতি বিধ্বস্ত হৈ পৰে।[1] দুৰ্বল আহোম ৰাজ্য মানে আক্ৰমণ কৰে আৰু পাছলৈ ব্ৰিটিছসকলে অসমত উপনিবেশ স্থাপন কৰে।
Similar questions