Social Sciences, asked by joyd63861, 3 months ago

৭।
নদীৰ খনন কাৰ্যৰ এটি আভাস দিয়া।​

Answers

Answered by kumarikartika20
0

Answer:

৭ নদীৰ খনন কাৰ্যৰ এটি আভাস দিয়া।

যেতিয়া নদীয়ে অধিক পানী বহন কৰিব লগা হয় তেতিয়া ইয়াৰ পানীৰ গতিয়ে দুয়ােপাৰে হেঁচা দিয়ে। ফলত খনন কার্য সংঘটিত হয়। সাধাৰণতে বাৰিষাকালত খনন কার্য বৃদ্ধি পায়। নদীৰ খান কার্যই উচ্চ অঞ্চলৰ পৰা শিল, বালি, মাটি আদি কঢ়িয়াই নিম্ন অঞ্চলত জমা কৰে।

Similar questions