Math, asked by axomgirl600, 3 months ago

কি ?
(খ) অসমীয়া ভাষাৰ উচ্চাৰণ’ গ্রন্থখনৰ লেখকৰ নামটো
লিখা।​

Answers

Answered by hemantabaruah23
0

Answer:

কিতাপ খনৰ নামটো ভালদৰে বুজি পোৱা নাই

অসমীয়া ভাষা হৈছে সকলোতকৈ পূৰ্বীয় ভাৰতীয়-আৰ্য ভাষা। ইয়াক ঘাইকৈ উত্তৰ-পূব ভাৰতৰ অসমত ব্যৱহাৰ কৰা হয়। ই অসমৰ ৰাজ্যিক ভাষা। অৰুণাচল প্ৰদেশৰ কোনো কোনো ঠাইত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আন আন ৰাজ্যতো অসমীয়াভাষী লোক আছে। অসমীয়া-ভিত্তিক নাগামিজ নামৰ এটা সংযোগী ভাষা নাগালেণ্ডত ব্যাপকভাৱে ব্যৱহাৰ হয়। ভূটানতো কিছুসংখ্যক অসমীয়া ভাষী লোক আছে। অসমত বৰ্তমান অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা ১.৩০ কোটিৰো বেছি আৰু বিশ্বজুৰি এই সংখ্যা প্ৰায় ২ কোটি।

mark this answer as Brainlist

Answered by manuranjankuli1212
0

Answer:

Step-by-step explanation:

Similar questions