'গৌৰৱ' প্ৰবন্ধটোত প্ৰকৃত গৌৰৱৰ কাৰণ কি বুলি কোৱা হৈছে?
Answers
Answered by
5
Answer:
'গৌৰৱ' প্ৰবন্ধটোত লিখক কালিৰাম মেধি দেৱে কৈছে যে প্ৰকৃত গৌৰৱৰ কাৰণ হৈছে জ্ঞান, আত্মসংযম আৰু জ্ঞান। ছক্ৰেটিছৰ জ্ঞান, প্ৰহ্লাদৰ আত্মসংযম আৰু জয়মতীৰ আত্মত্যাগো ইতিহাসৰ গৌৰৱময় অধ্যায়।এই গৌৰৱ তিনি ঠাইৰ পৰা উৎপন্ন হয়– সৌভাগ্য, শৰীৰ আৰু মন ।
You can add more if you want. I have just given you an idea how to write the answer.
I hope this will help you. Please mark me as brainliest ♥️
Answered by
4
Answer:
Hope my answer will help you. Plz mark me as brainliest.
Attachments:
Similar questions