History, asked by wa451263, 6 months ago

অসমীয়া ভাষা উন্নতিসাধিনী সভার ভূমিকা উল্লেখ করো​

Answers

Answered by Sampurnakarpha
1

Answer:

অসমীয়া ভাষা উন্নতি সাধিনী সভা, চমুকৈ অভাউসা, এটা অসমীয়া সাহিত্য বিষয়ক সংগঠন আছিল। ইয়াৰ জন্ম হৈছিল ১৮৮৮ চনৰ ২৫ আগষ্টৰ (১৮১০ শক) দিনা। ই আছিল অসম সাহিত্য সভাৰ পূৰ্বৱৰ্তী পৰ্যায়। সভাৰ প্ৰথম সম্পাদক আছিল শিৱৰাম শৰ্মা বৰদলৈ। অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠনৰ মুখ্য উদ্দেশ্য আছিল অসমীয়া ভাষা-সাহিত্যৰ উন্নতি সাধন। এইটো সংগঠনেই প্ৰথম অসমীয়া ভাষাক আধুনিক ৰূপ প্ৰদান কৰিছিল।

Explanation:

hope this will help you.

Similar questions