Social Sciences, asked by XxCharmingGuyxX, 3 months ago


প্রশ্ন:- আইন অমান্য আন্দোলন আৰম্ভ কৰাৰ প্ৰধান কাৰণসমূহ কি আছিল ? গান্ধীজীয়ে এই আন্দোলন কেনেদৰে আৰম্ভ
কৰিছিল, আলােচনা কৰা।



CLASS 10 QUESTION.


SEBA ASSAM BOARD TEXT BOOK.


NEED VALUABLE ANSWER. ​

Answers

Answered by AbhilabhChinchane
2

Answer:

আইন অমান্য আন্দোলন

English

আইন অমান্য আন্দোলন ১৯৩০ সালে মোহনদাস করমচাঁদ গান্ধীর নেতৃত্বে শুরু হয়। এ আন্দোলনের পটভূমি হলো সাইমন কমিশন। ভারতের জন্য একটি সংবিধান প্রণয়ন এবং তা চূড়ান্তকরণের জন্য ১৯২৭ সালে ব্রিটিশ সরকার কর্তৃক সাইমন কমিশন গঠিত হয়। কেবল ব্রিটিশ পার্লামেন্টের সদস্যদের নিয়ে এ কমিশন গঠিত হওয়ার কারণে ভারতের সামাজিক ও রাজনৈতিক অঙ্গনের সব ধরনের নেতা ও কর্মীরা এটিকে পুরোপুরি একটি শ্বেতাঙ্গ কমিশন বলে বর্জন করে। বাংলায় সাইমন কমিশনের বিরোধিতা ছিল খুবই গুরুত্বপূর্ণ। এ কমিশন গঠনের প্রতিবাদে এ প্রদেশের বিভিন্ন অংশে ১৯২৮ সালের ৩ ফেব্রুয়ারি হরতাল পালিত হয়। ওই বছর ১৯ ফেব্রুয়ারি কলকাতায় সাইমনের আগমন উপলক্ষে ব্যাপক বিক্ষোভ প্রদর্শন করা হয়। কলকাতার ৩২টি ওয়ার্ডে একই সাথে সভা অনুষ্ঠিত হয় ১৯২৮ সালের ১ মার্চ। এসব সভায় ব্রিটিশ পণ্য বর্জন করার আন্দোলন পুনরায় শুরু করার ওপর গুরুত্ব আরোপ করা হয়।

Answered by TRISHNADEVI
13

ANSWER :

 \\  \\

১৯৩০ চনৰ পৰা ১৯৩৪ চনলৈকে আইন অমান্য আন্দোলন ভাৰতত দুটা পৰ্যায়ত আৰম্ভ হৈছিল। এই আন্দোলনৰ অন্যতম প্ৰধান কাৰণ আছিল ব্ৰিটিছ চৰকাৰৰ দ্বাৰা চাইমন কমিছন গঠন। এই কমিছনত কেৱল ব্ৰিটিছ সংসদৰ সদস্যক অন্তৰ্ভুক্ত কৰা হৈছিল। এই কাৰণতে ভাৰতীয়সকলে চাইমন কমিছন বৰ্জন কৰিছিল। ১৯২৮ চনত কলিকতাত বহা কংগ্ৰেছৰ অধিৱেশনত ব্ৰিটিছ চৰকাৰক সকীয়নি দিয়া হৈছিল যে যদি ভাৰতক ডমিনিয়ন ব্যৱস্থা প্ৰদান কৰা নহয়, তেন্তে আইন অমান্য আন্দোলন গঢ়ি তোলা হ'ব।

১৯২৯ চনৰ লাহোৰত অনুস্থিত কংগ্ৰেছৰ অধিৱেশনত পূৰ্ণ স্বৰাজ কংগ্ৰেছৰ মূল লক্ষ্যৰূপে বিবেচিত হয়। ১৯৩০ চনৰ ২৬ জানুৱাৰীত সমগ্ৰ ভাৰততে পূৰ্ণ স্বৰাজ দিৱস পালন কৰা হয়। ১৯৩০ চনৰ ৩১ জানুৱাৰীত ব্ৰিটিছ শাসনৰ অৱসান বিচাৰি মহাত্মা গান্ধীয়ে ভাইচৰয় লৰ্ড আৰউইনলৈ মাদক দ্ৰব্যৰ প্ৰচলন বন্ধ কৰা, লোণ কৰ বন্ধ কৰা, সকলো ৰাজনৈতিক বন্দীক মুক্তি দিয়া আদি কেইবাটাও দাবীৰে এখন চৰম পত্ৰ প্ৰেৰণ কৰে। লৰ্ড আৰউইনে চৰম পত্ৰৰ দাবীসমূহ মানি নোলোৱাত গান্ধীজীয়ে ১৯৩০ চনৰ ১২ মাৰ্চত ৩৮৫ কিঃমিঃ দূৰত্ব অতিক্ৰম কৰি গুজৰাটৰ দাণ্ডিত উপস্থিত হয়। দাণ্ডিত চৰকাৰী আইন ভংগ কৰি সাগৰৰ পানীৰ পৰা লোণ প্ৰস্তত কৰে আৰু এইদৰে ভাৰতত আইন অমান্য আন্দোলনৰ সূচনা কৰে।

Similar questions