Chinese, asked by Mukashlahon, 3 months ago

বাক্য ৰচনা কৰা
১) আওকাণ কৰ​

Answers

Answered by Anonymous
0

Explanation:

অথাই সাগৰ – (অৰ্থ : ডাঙৰ বিপদ) – দেউতাকৰ মৃত্যু হোৱাত ঘৰখন অথাই সাগৰত পৰিল ৷

২. অপাৰ সমুদ্ৰ – (অৰ্থ : মহা বিপদ) – ভগৱানে মোক এই অপাৰ সমুদ্ৰত পেলালে ৷

৩. আথে-বেথে – (অৰ্থ : অতি আদৰ কৰি) – তেওঁ ল’ৰাটোক আথে-বেথে তুলি লৈছিল ৷

Answered by joriborgohain12345
2

Answer:

১) আওকাণ কৰ=মধুৱে মাক-দেউতাকৰ প্ৰতিটো কথা আওকাণ কৰি ফুৰে

Similar questions