Physics, asked by XxCharmingGuyxX, 2 days ago

প্রশ্ন:- এক কুলম্ব আধান হ'বলৈ প্রয়ােজন হােৱা ইলেকট্রন সংখ্যা গণনা কৰা।​

Answers

Answered by TRISHNADEVI
5

ANSWER :

 \\

  • ❖ এক কুলম্ব (1 C) আধান হ'বলৈ প্রয়ােজন হােৱা ইলেকট্রন সংখ্যা হ'ল 6.25 × 10¹⁸.

____________________________________________________________

SOLUTION :

 \\

গণনা কৰিব লাগে :-

  • এক কুলম্ব (1 C) আধান হ'বলৈ প্রয়ােজন হােৱা ইলেকট্রন সংখ্যা = ?

আমি জানো যে,

  • এটা ইলেকট্ৰনৰ আধান, e = \sf{1.6 \times 10 {}^{ - 19}} C

দিয়া আছে,

  • মুঠ আধানৰ পৰিমাণ, Q = 1 C

ধৰা হ'ল,

  • প্ৰয়োজন হোৱা ইলেকট্ৰনৰ সংখ্যা = n

প্ৰশ্নমতে,

  •  \bigstar \:  \:  \sf{ n \times (1.6 \times 10 {}^{ - 19})  \: C= 1 \: C}

 \implies \sf{ n =  \dfrac{1 \: C}{(1.6 \times 10 {}^{ - 19}) \: C }} \\  \\ \implies \sf{ n =  \dfrac{1 }{1.6 \times 10 {}^{ - 19} }}   \:  \:  \:  \:  \: \\  \\  \implies \sf{n =  \dfrac{1}{1.6}  \times  \dfrac{1}{10 {}^{ - 19}}}  \:  \:  \:  \\  \\ \implies \sf{n =  \dfrac{1}{1.6}  \times 10 {}^{19}}  \:  \:  \:  \:  \:  \:  \\  \\ \implies \sf{n =  \dfrac{10 {}^{19} }{1.6}} \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \\  \\  \therefore \:  \: \underline{ \boxed{ \sf{ \: n = 6.25 \times 10 {}^{18}}}}

  • ✎ গতিকে, প্ৰয়োজন হোৱা ইলেকট্ৰনৰ সংখ্যা, n = 6.25 × 10¹⁸.
Answered by kritee88
3

Answer:

আমি জানো যে,

এটা ইলেক্ট্ৰন আধানৰ মান=

1.6×10^-19 C (কুলম্ব)

.

. . এক কুলম্ব আধান হ'বলৈ প্ৰয়োজন হোৱা ইলেক্ট্ৰনৰ সংখ্যা

= মুঠ আধান/এটা ইলেক্ট্ৰনৰ সংখ্যা

= 1/ 1.6×10^-19

= 1/ 16×10^-20

= 0.0625×10²⁰

= 6.25×10¹⁸

Hope this will help you.

Similar questions