Science, asked by bishubkanti, 2 months ago

(১) জীৱই খাদ্য কিয় গ্রহণ কৰা প্রয়ােজন ?

Answers

Answered by chaudhurys1975
0

Answer:

জিবি খাদ্য গ্রহণ করা প্রয়োজন সঠিক

Answered by MANAV1510
1

Answer:

খাদ্য হৈছে জীৱদেহত শক্তি উৎপাদন কৰা মূল আধাৰ । খাদ্যই আমাক জীয়াই থকাৰ বাবে প্ৰয়োজনীয় সকলোবোৰ উপাদান যেনে খনিজ পদাৰ্থ ,ভিটামিন ,প্ৰটিন, কাৰ্বহাইড্ৰেট, আদি প্ৰদান কৰে । ইয়াৰোপৰি খাদ্য জীৱ দেহৰ বৃদ্ধি আৰু বিকাশৰ বাবে অতি প্ৰয়োজনিয়।

Similar questions