শ্ৰীশ্ৰীমাধৱদেৱৰ পৰিচয় দিয়া |
Answers
শ্ৰীশ্ৰীমাধৱদেৱ—
শ্ৰীশ্ৰীমাধৱদেৱৰ জন্ম লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত ১৪৮৯ চনত হয় | তেওৰ পিতৃ নাম গোবিন্দগিৰী ভূঞা আৰু মাতৃৰ নাম মনোৰমা অছিল | শঙ্কৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱ গুৰুৰ পদাংককে অনুসৰণ কৰি বাৰাদি, গণককুছি, সুন্দৰীদিয়া, ভেলাডাংগা আদিত ধৰ্ম প্ৰচাৰ কৰিছিল | ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য-সংস্কৃতিৰো পূজাৰী এইজনা মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ`ল "নামঘোষা" | এহেজাৰটা ঘোষা থকাৰ বাবে এইখনক হেজাৰী ঘোষা বুলিও কোৱা হয় |