Science, asked by senapatijuri8, 1 month ago

ৰে'লগাড়ী আৰু ভাপকল কোনে উলিয়াইছিল ?​

Answers

Answered by Anonymous
132

ৰে'লগাড়ীৰ আবিষ্কাৰক হৈছে ৰিচাৰ্ড ত্ৰেভিঠিক

Spelling ভুল হ'ব পাৰে চাই ল'ব।

Answered by FloralSparks
40

\large{ \blue{\mathfrak{ \underline{\overline{\mid \:\: answer :- \:\: \mid}}}}}

  • ১৮০০ চনত ইংলেণ্ডত পােন প্রথমে ৰেল লাইন স্থাপন কৰা হৈছিল ।
  • কিন্তু ইয়াত আচৰিত কথা এয়ে যে, সেই ৰেলপথ সজা হৈছিল ৰেল ইঞ্জিন আৱিষ্কাৰ কৰাৰ আগতেই।
  • সাধাৰনতে এতিয়া আপোনাৰ মনলৈ প্ৰশ্ন আহিব যে এই ৰেলপথ কিয় সজা হৈছিল যে ৰেল ইঞ্জিন আৱিষ্কাৰ কৰাৰ আগতে ? আচলতে ইয়াৰ কাৰন আছিল ঘোঁৰাগাড়ী ।
  • ১৬শ শতিকাত ভাৰহাম আৰু নডামবাৰলেণ্ড এই দুখন ঠাইৰ মাজত ঘোঁৰা গাড়ীৰ বাবে কাঠৰ ছিৰি ৰাস্তাত পাৰি দিয়া হৈছিল ।
  • আৰু এই ঘোৰা গাড়ীবােৰ এনেকৈ সজা হৈছিল যেন ইয়াৰ চকা দুটা ছিৰি দুডালৰ ওপৰেদি যাব পাৰে । মাটিৰ ওপৰেদি চকা গলে সাধাৰনতে চকাবােৰ মাটিত সোমাই যায় ।
  • আৰু ঘোঁৰাই টানোতে কষ্ট পায় । দ্বিতীয়তে , ছিৰিৰ ওপৰেদি ঘোঁৰা গাড়ী গ'লে এটা ঘোঁৰায়াে বহুত ওজন কঢ়িয়াব পাৰে ।
  • এইয়ে পাছলৈ এনে সুবিধাৰ প্ৰতি লক্ষ ৰাখি মানুহবোৰে কাঠৰ ছিৰিৰ দুয়ােফালে লােৰ পাত লগাই দিয়া হ'ল আৰু ছিৰি আগতকৈ মজবুত কৰাৰ ব্যৱস্থা কৰা হল ।
  • আৰু ১৮০০ চনত কাঠৰ ছিৰি একেবাৰে গুচাই তাৰ ঠাইত লােহাৰ ছিৰিয়েই বহুওৱা হ'ল ।
  • লােৰ চকাবােৰত এনে এটা ভাঁজ দিয়া হ'ল যাতে চকাটো ছিৰিৰ পৰা ওলাই যাব নােৱাৰে ।
Similar questions