History, asked by XxCharmingGuyxX, 11 days ago


২। জোনাকী যুগৰ উল্লেখযােগ্য জাতীয়তাবাদী উত্তৰণৰ এটা চমু আভাষ দিয়া।​

Answers

Answered by abirrpr24
1

Answer: জোনাকি যুগটি ছিল উনিশ শতকের আধুনিক সময়কাল। জোনাকি ১৮89৯ সালে কলকাতা থেকে প্রকাশিত একটি অসমিয়া ভাষার ম্যাগাজিন ছিল। যুগটি রোমান্টিকতার সাথে শুরু হয়েছিল এবং এটি রোমান্টিক যুগ নামে পরিচিত। ব্যাখ্যা: জোনাকি এরা ছিলেন অসমিয়া সাহিত্যে রোমান্টিকতার যুগ এবং আগমন

Explanation: জোনাকি (অসমিয়া: জোনাকি, মুনলাইট) একটি অসমিয়া ভাষার পত্রিকা ছিল ১৮৮৯ সালে কলকাতা থেকে প্রকাশিত।এটি তৎকালীন অসমিয়া সাহিত্যিক সমাজের মুখপত্রও ছিল অক্সোমিয়া ভক্সা উন্নতি জাধিনী জোভা যেখানে সমাজের লক্ষ্য এবং উদ্দেশ্যগুলি নিয়মিতভাবে সম্প্রসারিত হয়েছিল

Extra: আমিও বাঙালি

Answered by TRISHNADEVI
1

ANSWER :

 \\

১৮৮৯ চনৰ পিছৰ দশকটোক জোনাকী যুগ বুলি কোৱা হয়। ১৮৮৯ চনত অঃ ভাঃ উঃ সাঃ সভাই নিজৰ মুখপত্ৰ 'জোনাকী' প্ৰকাশ কৰাৰ পৰাই এই যুগৰ আন্দোলনৰ সৃষ্টি হৈছিল। হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালাক জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়। 'জোনাকী' কাকতৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। 'জোনাকী'ৰ প্ৰথম সংখ্যাত এটা বিষয় স্পষ্ট আছিল যে ই ৰাজনীতিৰ পৰা মুক্ত হৈ থাকিব। কিন্তু কালক্ৰমত স্বাভাৱিকভাৱেই 'জোনাকী'ত প্ৰকাশিত কবিতা, প্ৰৱন্ধ আদিত জাতীয়তাবাদী ভাৱধাৰ আৰু চিন্তাৰ প্ৰতিফলন ঘটিছিল।

অসমত ব্ৰিটিছসকলৰ আগমনৰ লগে লগে অসমৰ থলুৱা উদ্যোগ আৰু বাণিজ্যত যি নেতিবাচক প্ৰভাৱ পৰিছিল সেই বিষয়ে 'জোনাকী'য়ে সচেতনতাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল। এনে পৰিপ্ৰেক্ষিতত কমলাকান্ত ভট্টাচাৰ্য্য, কনকলাল বৰুৱাই নিয়মীয়াকৈ অসমৰ অনগ্ৰসৰতা আৰু প্ৰগতিৰ ধাৰা সম্পৰ্কীয় নিৱন্ধ প্ৰকাশ কৰিছিল। আকৌ, লক্ষ্মীনাথ বেজবৰুৱাৰ 'মোৰ দেশ', 'অসম সংগীত', 'বীণ বৰাগী' আদি কবিতা তথা অম্বিকাগিৰি ৰায়চৌধুৰীৰ ৰচনাই দেশপ্ৰেমৰ জয়গান গাইছিল।

এনেদৰে, জোনাকী যুগত 'জোনাকী' কাকতে অসমত জাতীয়তাবাদী ভাৱধাৰৰ উত্তৰণত এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল।

Similar questions