Hindi, asked by karankalita3, 10 days ago

২।
। বৰগীত কাক বােলে? =​

Answers

Answered by abhi007gogoi
9

Answer:

শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত স্বয়ং ভগৱান শ্ৰী কৃষ্ণৰ প্ৰতি ভক্তি মূলক গীতসমূহকে বৰগীত বোলা হয়।।

Answered by XxCharmingGuyxX
8

\huge{\color{magenta}{\fcolorbox{magenta}{black}{\huge{\color{white}{\fcolorbox{aqua}{black}{✿উত্তৰ✿}}}}}} :-

মহাপুৰুষ শ্ৰী শ্ৰী শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা বিৰচিত আধ্যাত্মিক ভাবধাৰাৰ ,ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক , উচ্ছভাবাপন্ন , আৰু সাৱলীল বজ্রাবলী ভাষাত ৰচিত গীতসমূহকে বৰগীত বোলে।

Similar questions