India Languages, asked by subham6464, 7 hours ago

অৰ্থ লিখি বাক্য ৰচনা কৰা
বিলাই-বিপত্তি, দুৰৱস্থা, শোচনীয়, চোৱা-চিতা​

Answers

Answered by ikramhussain241
10

Answer:

বিলাই - বিপত্তি - আলৈ আঠনি

বানপানীত চুবুৰীটো ডুবি মানুহৰ বিলাই-বিপত্তি হৈছে।

দুৰৱস্থা - বেয়া‍ অৱস্থা

কৰুণা মহামাৰী‍য়ে‍ দেশত দুৰৱস্থা সৃষ্টি কৰিছে।

চোৱা-চিতা - দেখা-‍শুনা কৰা

অট্টালিকাটো চোৱা-চিতা কৰিবলৈ কাৰণে এটা চকীদাৰ ৰখা হৈছে।

শোচনীয়- বেয়াকৈ

এইবাৰ ইউৰো কাপ ফুটবল খেলত পৰ্তুগাল জাৰ্মানীৰ হাতত শোচনীয় ভাৱে পৰাজিত হয়।

Similar questions