India Languages, asked by Ayushibora, 1 day ago

আজান ফকিৰৰ প্ৰৱৰ্তিত পন্থাৰ কিহৰ সৈতে সাদৃশ্য দেখা যায় ?​

Answers

Answered by geetalibora19
3

Answer:

আজান ফকিৰৰ প্ৰৱৰ্তিত পন্থাৰ অসমৰ বৈষৱ ধৰ্মৰ বহুতো সাদৃশ্য দেখা যায়। আজান ফকিৰৰ ৰচিত বহুত জিকিৰত বৈষৱ সাহিত্য আৰু লোকগীতৰ প্ৰতিধ্বনি শুনা যায়।

Similar questions