Math, asked by aniruddhanath60, 2 months ago

টেকাবহী প্ৰষ্ত্তত কৰিবলৈ ৭৫,০০০ খিলা কাগজ আছে। প্ৰতিখিলা কাগজৰ পৰা বহীখনৰ ৪ খন পৃষ্ঠা হয়।প্ৰতিখন টোকাবহীত ২০০ পৃষ্ঠাকৈ আছে। এইখিনি কাগজৰ পৰা কেইখন টোকাবহী পাব পৰা যাব? উত্তৰ​

Answers

Answered by affin1234
1

Answer:

টেকাবহী প্ৰষ্ত্তত কৰিবলৈ ৭৫,০০০ খিলা কাগজ আছে। প্ৰতিখিলা কাগজৰ পৰা বহীখনৰ ৪ খন পৃষ্ঠা হয়।প্ৰতিখন টোকাবহীত ২০০ পৃষ্ঠাকৈ আছে। এইখিনি কাগজৰ পৰা কেইখন টোকাবহী পাব পৰা যাব? উত্তৰ

Answered by akangsha25
1

দিয়া আছে, কাগজ আছে= ৭৫,০০০খিলা

আৰু, ১ খিলা কাগজৰ পৰা পৃষ্ঠা হয়= ৪ খন

এতেকে, ৭৫,০০০ খিলা‌ কাগজৰ পৰা পৃষ্ঠা হব= ৪×৭৫০০০

= ৩,০০,০০০ খন

আকৌ, ২০০ পৃষ্ঠা আছে= ১ খন টোকাবহীত

‌১ পৃষ্ঠা আছে = ১/২০০ খন টোকাবহীত

গতিকে, ৩,০০,০০০ পৃষ্ঠা আছে= ১/২০০× ৩,০০,০০০ টোকাবহীত

= ১৫০০ টোকাবহীত‌

উত্তৰ= ১৫০০ টোকাবহী

Similar questions