India Languages, asked by thaneswarydaimary500, 7 hours ago

মহিলা সৱলীকৰণ কি? মহিলাসৱলীকৰণৰ গুৰুত্ব লিখা।​

Answers

Answered by SweetPrapti
21

Answer:

নাৰী সৱলীকৰণ মানে মহিলাৰ আত্মিক, ৰাজনৈতিক, সামাজিক বা অৰ্থনৈতিক শক্তি বৃদ্ধি কৰা। প্ৰায়বোৰ ক্ষেত্ৰতে নাৰীসকলৰ নিজা সামৰ্থ্য সম্পৰ্কত আত্মবিশ্বাস বঢ়াই তোলাৰ প্ৰয়োজন।

  1. তেওঁলোকে নিজে সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা অৰ্জন কৰা।
  2. সঠিক সিদ্ধান্ত গ্ৰহণৰ বাবে তথ্য-পাতি আৰু অৰ্থ অৰ্জন।
  3. নিজৰ পছন্দটো বাচি লব পাৰাকৈ (মাথোঁ হ্য়/ নহয়, এইটো অথবা সেইটো নহয়) এলানি সুযোগ আগবঢ়োৱা।
  4. যৌথ সিদ্ধান্ত গ্ৰহণত নিজৰ মতামত আগবঢ়োৱাৰ সামৰ্থ্য বৃদ্ধি কৰা।
  5. পৰিৱৰ্তন সম্পৰ্কত ইতিবাচক চিন্তা-চৰ্চা।
  6. ব্যক্তিগত বা গোটৰ ক্ষমতা উন্নীতকৰণৰ কৌশল শিকাঁৰ সামৰ্থ্য।
  7. গণতান্ত্ৰিক উপায়েৰে আনৰ ধাৰণা সলনি কৰাৰ সামৰ্থ্য।
  8. অন্তহীন আৰু আত্ম- উদ্যমেৰে পৰিচালিত হৈ বিকাশৰ প্ৰক্ৰিয়া আৰু পৰিবৰ্তনত জড়িত হোৱা।
  9. নিজৰ ইতিবাচক ভাৱমূৰ্তি বঢ়োৱা আৰু বদনামৰ পৰা আঁতৰি থকা ।

hope it works out for you and please f-o-l-l-o-w me and Mark me brainliest and thanks my answers

Similar questions