History, asked by Queenarju, 1 day ago

বাবু আমাক কি কি কামত লাগে লিখা। তোমাৰ ওচৰে মাজৰে থকা বায়ু প্ৰদূষণৰ কমেও
পাঁচটা উৎসৰ ছবি সংগ্রহ কৰি উত্তৰ বহীত আঠা লগােৱা। (তৃতীয় শ্রেণীৰ বায়ু আৰু আমাৰ
চৌগাশ পাঠৰ আধাৰত) নির্দেশনা অভিভাৱকৰ সহায় ল'ৰা)
বর্তমান বিদ্যালয় বনৰ সময়ত ভমি কি কি কাম কৰি আছা তাৰ বিষয়ে উল্লেখ কৰি​

Answers

Answered by gargid372
1

Answer:

সকলোতকৈ প্ৰয়োজনীয় বায়ু আমাক উশাহ নিশাহ লোৱাৰ বাবে লাগে... আৰু বহুত আছে বায়ুৰ ব্যৱহাৰ কিন্তু এইটো সকলোতকৈ দৰকাৰী

আৰু স্কুল বন্ধৰ সময়ত মই ঘৰত মাৰ অলপ সহায় কৰি দিছিলোঁ কামত আৰু দিনত ও পঢ়িছিলোঁ আৰু গধূলি তিউচ ন আছিল কিন্তু এতিয়া স্কুল খুলিছে

Similar questions