Math, asked by tikaramshrestha565, 2 months ago

পোহৰৰ প্রতিসৰণৰ নিয়ম দুটা লিখা ?​

Answers

Answered by nanditasarma86
11

Answer:

  1. আপতিত ৰশ্মি, প্ৰতিসৰিত ৰশ্মি আৰু স্বচ্ছ মাধ্যম দুটাৰ সন্ধিতলত আপতন বিন্দুত টনা লম্ব একেখন সমতলত থাকে।

2. প্ৰদত্ত মাধ্যম যুগল আৰু প্ৰদত্ত ৰঙৰ পোহৰৰ বাবে আপতন কোণৰ sine আৰু প্ৰতিসৰন কোণৰ sineৰ অনুপাত এটা ধ্ৰুৱক।।

যদি আপতন কোণ i আৰু প্ৰতিসৰন কোণ r হয় ,

sin i/sin r = ধ্ৰুৱক।।।

Similar questions