India Languages, asked by munnihandique, 9 hours ago

মানুহ ময়াপী জীৱ বোলৰ অৰ্থ কি?​

Answers

Answered by TRISHNADEVI
7

CORRECT QUESTION :

 \\

  • ❍ মানুহক ময়াপী জীৱ বোলাৰ অৰ্থ কি ?

___________________________________________________________

ANSWER :

 \\

★ পৃথিৱীত মানুহৰ আগমন আৰু গমন অৰ্থাৎ জন্ম আৰু মৃত্যুৰ মায়াসদৃশ চিৰন্তন গতিৰ বাবে মানুহক ময়াপী জীৱ বোলা হৈছে ।

  • ❖ "মানৱ বন্দনা" নামৰ কবিতাটিত কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱে মানৱ ধৰ্মৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিছে । অনাদি অনন্ত কালৰ পৰা পৃথিৱীলৈ মানুহৰ অহা যোৱা চলি আছে । মানুহৰ জন্ম-মৃত্যুৰ এই সোঁতক কবিয়ে মায়াসদৃশ চিৰন্তন গতি বুলি অভিহিত কৰিছে । সেয়েহে কবিয়ে মানৱক ময়াপী জীৱ বুলি কৈছে ।

___________________________________________________________

KNOW MORE :

 \\

  • ✎ "মানৱ বন্দনা" নামৰ কবিতাটিৰ কবি হৈছে চন্দ্ৰকুমাৰ আগৰৱালা ।

  • ✎ কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱে "মানৱ বন্দনা" নামৰ কবিতাটিত শ্ৰেষ্ঠককৈয়ো শ্ৰেষ্ঠ, পৰম সত্য মানৱৰ জয়গান গাইছে ।

  • ✎ কবিৰ দৃষ্টিত মানুহেই পৰাৎপৰ অৰ্থাৎ শ্ৰেষ্ঠককৈয়ো শ্ৰেষ্ঠ, পৰম সত্য । মানুহক সেৱা কৰা আৰু মানুহৰ কল্যাণ সাধন কৰাটোৱেই কবিয়ে প্ৰকৃত ধৰ্ম বুলি কৈছে আৰু সেয়ে পাদ্য-অৰ্ঘ্য লৈ মানুহক পূজা কৰাৰ কথা উল্লেখ কৰিছে ।
Answered by manojchauhanma2
3

Answer:

উত্তৰঃ মানুহেই পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ হল - মানুহেই শ্ৰেষ্ঠককৈয়ো শ্ৰেষ্ঠ, পৰম সত্য। (খ) মানুহক ময়াপী জীৱ বোলাৰ অথ কি? উত্তৰঃ এই সংসাৰত মানুহৰ আগমন আৰু গমন এটা চিৰন্তন গতি।

Similar questions