Science, asked by atikulali705, 2 months ago

কোষীয় শক্তিৰ ভঁৰাল অংগাণুবিধৰ কাৰ্ম কি?​

Answers

Answered by xSoyaibImtiazAhmedx
17

কোষীয় শক্তিৰ ভঁৰাল বোলা অংগাণুবিধ হল মাইটʼকন্ড্ৰিয়া ।

ইয়াৰ কাৰ্য হʼল শৰীৰৰ বাবে প্ৰয়োজনীয় শক্তি উৎপন্ন কৰা ।

Similar questions