Hindi, asked by ak9992477, 12 hours ago

ভাষা-বিষয়ক ও
১। তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা ?
নপাৱন্ত, কেনে, ভৈলােহাে, তুমিসে, জনেৰ, কহয়।​

Answers

Answered by islamnurul4459
2

Answer:

নাপাবন্ত=নাপালু, কেনে=কেনেকৈ, ভৈলোহো=মহিলা,

Answered by ayushi272007
10

Answer:

নপাৱন্ত - নাপায়

কেনে- কেনেকৈ

ভৈলোহো- হলোঁ

তুমিসে- তুমিহে

জনেৰ- জনৰ

কহয়- কয়

Similar questions