Science, asked by manassaxena192, 5 hours ago

অজৌন প্ৰজনন কাক বোলে​

Answers

Answered by xSoyaibImtiazAhmedx
6

\huge\mathfrak{\red{Answer}}

যি প্ৰজনন পদ্ধতিত নতুন জীৱ সৃষ্টিত একক জীৱ জড়ি থাকে , তাকে অযৌন প্ৰজনন বুলি কোৱা হয়

কিছুমান এককোষী জীৱ যেনে এমিবা , লেইছমেনিয়া , প্লাজম'ডিয়াম আৰু সৰল দেহশৈলীৰ বহুকোষী জীৱ যেনে হাইড্ৰা , সৰ্পিল শেলাই , তৰামাছ আদিয়ে এই পদ্ধতিৰে বংশবৃদ্ধি কৰে

Similar questions